পেট্ৰ’লৰ মূল্যবৃদ্ধিক লৈ গুৱাহাটীত অ’লা উবেৰ আৰু ৰেপিড’ চালকৰ প্ৰতিবাদ

পেট্ৰ’লৰ দাম বৃদ্ধি অনুপাতে কৰা নাই ভাড়া বৃদ্ধি

পেট্ৰ’লৰ মূল্যবৃদ্ধিক লৈ গুৱাহাটীত অ’লা উবেৰ আৰু ৰেপিড’ চালকৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-   পেট্ৰ’লৰ মূল্যবৃদ্ধিক লৈ গুৱাহাটীত অ’লা উবেৰ আৰু ৰেপিড’ চালকৰ প্ৰতিবাদ।  গণেশগুৰি উৰণীয়া সেঁতুৰ তলত প্ৰতিবাদ সাব্যস্ত কৰে চালকসকলে।পেট্ৰ’লৰ দাম বৃদ্ধি অনুপাতে ভাড়া বৃদ্ধি নকৰাৰ প্ৰতিবাদত সংশ্লিষ্ট কোম্পানীৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ।ভাড়া বৃদ্ধি নোহোৱাৰ বাবেই মাজে সময়ে এই সকল চালকৰ সঘনাই মনোমালিন্য ঘটে গ্ৰাহকৰ লগত।গুৱাহাটীত কোম্পানীকেইটাত বহু সন্দেহযুক্ত নাগৰিক সোমোৱাৰো অভিযোগ প্ৰতিবাদকাৰীসকলৰ।