পুৰুষৰ টেবুল টেনিছ ডাবলছত ভাৰতৰ ৰূপৰ পদক লাভ

Pc India Today

পুৰুষৰ টেবুল টেনিছ ডাবলছত ভাৰতৰ ৰূপৰ পদক লাভ

ৰঙিলী বাৰ্ত্তাসেৱা-  কমনৱেলথ গেমছ ২০২২ত পুৰুষৰ ডাবলছ ইভেণ্টত ভাৰতীয় টেবুল টেনিছ খেলুৱৈ শৰথ কমল আচন্ত আৰু সাথিয়ান জ্ঞানশেকৰণে ৰূপৰ পদক লাভ কৰে। ফাইনেলত ইংলেণ্ডৰ পল ড্ৰিংখাল আৰু লিয়াম পিচফৰ্ডৰ হাতত পৰাস্ত হয়। ইয়াৰ লগে লগে শৰথ কমলে এতিয়ালৈ কমনৱেলথ গেমছৰ ইতিহাসত ১১টা পদক লাভ কৰিছে, যাৰ ভিতৰত ৫টা সোণ, তিনিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক।