মহিলাৰ ৪৮ কেজি-৫০ কেজি শাখাৰ ফাইনেলত নিখাত জাৰিনৰ স্বৰ্ণ জয়

pc hindustan times

মহিলাৰ ৪৮ কেজি-৫০ কেজি শাখাৰ ফাইনেলত নিখাত জাৰিনৰ স্বৰ্ণ জয়

ৰঙিলী বাৰ্ত্তাসেৱা- কমনৱেলথ গেমছ ২০২২ত মহিলাৰ ৪৮ কেজি-৫০ কেজি (লাইট ফ্লাই) শাখাৰ ফাইনেলত ভাৰতীয় বক্সাৰ নিখাত জাৰিনে উত্তৰ আয়াৰলেণ্ডৰ বক্সাৰ কাৰ্লি মেকন’লক পৰাস্ত কৰি সোণৰ পদক লাভ কৰে।ইয়াৰ পূৰ্বে নিতু ঘাংঘাছে মহিলা শাখাত ৪৫ কেজি-৪৮ কেজি (নূন্যতম ওজন) শাখাত সোণৰ পদক লাভ কৰিছিল। ইতিহাসত এইটো প্ৰথম বাৰৰ বাবে যে দুগৰাকী ভাৰতীয় মহিলা বক্সাৰে কমনৱেলথ গেমছৰ সংস্কৰণত সোণৰ পদক লাভ কৰিছে।