কমনৱেলথ গেমছ ২০২২ত পুৰুষৰ ট্ৰিপল জাম্পত সোণ আৰু ৰূপৰ পদক লাভ ভাৰতৰ

Pc Times of India

কমনৱেলথ গেমছ ২০২২ত পুৰুষৰ ট্ৰিপল জাম্পত সোণ আৰু ৰূপৰ পদক লাভ ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতে কমনৱেলথ গেমছ ২০২২ত পুৰুষৰ ট্ৰিপল জাম্পত সোণ আৰু ৰূপৰ দুয়োটা পদক লাভ কৰি ইতিহাস সৃষ্টি কৰিছে।এলডোজ পলে কমনৱেলথ গেমছত ট্ৰিপল জাম্পত সোণৰ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়। ২৫ বছৰীয়া পলে ১৭.০৩ মিটাৰ বেষ্ট জাম্পেৰে জয়লাভ কৰে। আব্দুল্লা আবুবেকাৰে ৰূপৰ পদক লাভ কৰি কমনৱেলথ গেমছত পুৰুষৰ ট্ৰিপল জাম্পত ভাৰতৰ প্ৰথমটো ৱান-টু ফিনিছিং ৰেকৰ্ড কৰে।