পীয়ুষ গোৱেলক ৰাজ্যসভাত সদনৰ নেতা হিচাপে নিযুক্তি দিয়া হৈছে

pc Times Now

অনলাইন বাৰ্ত্তাসেৱা – ৰাজ্যসভাত সদনৰ নেতা হিচাপে নিযুক্তি দিয়া হৈছে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলক। কেবিনেট ৰদবদলত তেওঁক কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ, উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু বস্ত্ৰ মন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ পিছত ইয়াক প্ৰকাশ কৰা হৈছে। দেওবাৰে কৰ্ণাটকৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰা জ্যেষ্ঠ বিজেপি নেতা থাৱাৰচান্দ গেহলটৰ স্থান দখল কৰে তেওঁ।

(UD.)