নেচনেল হেৰাল্ড গোচৰত হাজিৰ হোৱাৰ পিছত ৰাহুলৰ ইডি কাৰ্যালয় ত্যাগ
ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নেচনেল হেৰাল্ড মানি লণ্ডাৰিং গোচৰত হাজিৰ হোৱাৰ পিছত ইডিৰ কাৰ্যালয় ত্যাগ কৰে। দিল্লী আৰক্ষীয়ে কেন্দ্ৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে দলৰ কেইবাজনো নেতাক আটক কৰিছিল। আটক কৰা সকলৰ ভিতৰত আছে অশোক গেহলট, দীপেন্দ্ৰ সিং হুডা, অধীৰ ৰঞ্জন চৌধুৰী, কেচি বেণুগোপাল, পৱন খেৰা, জয়ৰাম ৰমেশ, ৰজনী পাটিল আৰু অখিলেশ প্ৰসাদ সিং।