নির্বাচন উপলক্ষে ৮ জুনত চৰকাৰী বন্ধ 

pc the economic times

নির্বাচন উপলক্ষে ৮ জুনত চৰকাৰী বন্ধ 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-   নির্বাচন অনুষ্ঠিত হবলগীয়া কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ আৰু উপ-নির্বাচন অনুষ্ঠিত হ’বলগীয়া বি টি চি ৰ অন্তৰ্গত ২২ নং ককলাবাৰী সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত ৮ জুন তাৰিখে চৰকাৰী বন্ধৰ দিন ঘােষণা কৰা হৈছে। সাধাৰণ প্রশাসন বিভাগৰ পৰা জাৰি কৰা এক অধিসূচনাৰ জৰিয়তে উক্ত দিনা এই অঞ্চলৰ অন্তৰ্গত সকলাে চৰকাৰী-বেচৰকাৰী কার্যালয়, শৈক্ষিক প্রতিষ্ঠান তথা বেংক, চাহ বাগিচা আৰু উদ্যোগকে আদি কৰি সকলাে ব্যৱসায়িক প্রতিষ্ঠান বন্ধ থাকিব বুলি নির্দেশনা জাৰি কৰা হৈছে।