নাদাল টেনিছ ইতিহাসৰ ৩০০ খন গ্ৰেণ্ড শ্লেম একক মেচ জয় হোৱা তৃতীয়জন ব্যক্তি 

pc scroll.in

নাদাল টেনিছ ইতিহাসৰ ৩০০ খন গ্ৰেণ্ড শ্লেম একক মেচ জয় হোৱা তৃতীয়জন ব্যক্তি 

ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বৰ পাঁচ নম্বৰ ৰাফেল নাদালে চলিত ফ্ৰেঞ্চ অপেনৰ দ্বিতীয় ৰাউণ্ডত কোৰেণ্টিন মৌটেটক পৰাস্ত কৰি টেনিছ ইতিহাসৰ তৃতীয় জন ব্যক্তি হৈ  পৰে যিয়ে ৩০০ খন গ্ৰেণ্ড শ্লেম মেচ জয়ৰ অভিলেখ গঢ়িছে। নাদাল ৰজাৰ ফেডাৰেৰৰ ৩৬৯ টা জয় আৰু নোভাক জকোভিচৰ ৩২৪ ৰ পিছত আছে। নাদালে এতিয়া তৃতীয় ৰাউণ্ডত ডাচ্চমেন বটিক ভান ডি জাণ্ডচুলপৰ সৈতে মুখামুখি হ’ব।