নন্দিতা শইকীয়াৰ মৃত্যুত শোক প্ৰকাশ ৰাজ্যিক কেবিনেটৰ

pc NortheastNow

নন্দিতা শইকীয়াৰ মৃত্যুত শোক প্ৰকাশ ৰাজ্যিক কেবিনেটৰ

অনলাইন বাৰ্ত্তাসেৱা – শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰিছে। ধেমাজীৰ মৰিধলৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত শোক প্ৰকাশ কৰে ৰাজ্যিক কেবিনেটে। নিন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ঘটনাৰ তদন্তৰ বাবে বিশেষ আৰক্ষী সঞ্চালক জি পি সিঙক দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

(By Utpal Kalita)