দ্ৰৌপাদি মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

pc hindustan times

দ্ৰৌপাদি মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপাদি মুৰ্মুক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কৈছিল যে, “তৃণমূল পৰ্যায়ৰ সমস্যাৰ বিষয়ে তেওঁৰ বুজাবুজি আৰু ভাৰতৰ উন্নয়নৰ দৃষ্টিভংগী অসামান্য।” প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁৰ ৰাষ্ট্ৰপতিৰ মনোনয়নক সমাজৰ সকলো শ্ৰেণীৰ দ্বাৰা সমগ্ৰ ভাৰততে প্ৰশংসা কৰা হৈছে।