দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৮ নৱেম্বৰত ৰাজহুৱা বন্ধ ঘােষণা 

Pc The Economic Times

দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৮ নৱেম্বৰত ৰাজহুৱা বন্ধ ঘােষণা 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ এক অধিসূচনা অনুসৰি জানিবলৈ দিয়ে যে, দেউৰী স্বায়ত্বশাসিত পৰিষদৰ ২০২২ বৰ্ষৰ নিৰ্বাচনৰ বাবে ৮ নৱেম্বৰ ,২০২২ তাৰিখে ৰাজহুৱাবন্ধ ঘােষণা কৰিছে। এই অনুসৰি দেউৰী স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত অঞ্চলসমূহত সকলাে চৰকাৰী/বেচৰকাৰী কার্যালয়, শিক্ষানুষ্ঠান,ব্যৱসায়িক প্রতিষ্ঠানৰ লগতে বেংক, চাহ বাগিছা, উদ্যোগ ইত্যাদি অনুষ্ঠানসমূহাে ভােটগ্রহণৰ দিনটোত বন্ধ থাকিব।