দিল্লী চৰকাৰৰ প্ৰদূষণৰ বাবে দেৱালীত আতচবাজী বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ

pc- india today

দিল্লী চৰকাৰৰ প্ৰদূষণৰ বাবে দেৱালীত আতচবাজী বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ

অনলাইন বাৰ্ত্তাসেৱা- বায়ু প্ৰদূষণৰ বাবে দেৱালীৰ সময়ত দিল্লী চৰকাৰে আতচবাজী বিক্ৰী আৰু আতচবাজীৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে। মুখ্যমন্ত্ৰী কেজৰিৱাল টুইট কৰি জনাই যে “ইয়াৰ বিপদজনক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা বছৰৰ দৰে এইবাৰো দেৱালীৰ সময়ত দিল্লীৰ প্ৰদূষণৰ বাবে আতচবাজীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা ৰখা হৈছে লগতে সকলো প্ৰকাৰৰ আতচবাজী বিক্ৰী আৰু ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।”

 

(RT)