দিছপুৰ থানাত মন্ত্ৰী বিমল বৰাৰ এজাহাৰ

pc- The Sentinel Assam

দিছপুৰ থানাত মন্ত্ৰী বিমল বৰাৰ এজাহাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- চাইবাৰ অপৰাধীৰ জালত মন্ত্ৰী বিমল বৰা।মন্ত্ৰী বিমল বৰাৰ নামত দুষ্টচক্ৰৰ প্ৰৱঞ্চনাৰ জাল। মন্ত্ৰীগৰাকীৰ নামত ভুৱা হোৱাটছএপ একাউণ্ট খুলি ধন দাবী। অনলাইনৰ জৰিয়তে ধন বিচাৰে এই চক্ৰটোৱে।ইতিমধ্য মন্ত্ৰীজনৰ নামত বহুজনৰ পৰা দুষ্ট চক্ৰটোৱে ধন সৰকাইছে বুলি অভিযোগ উঠিছে। ৭৭৮০৯১৫০৮৬ নম্বৰটো ব্যৱহাৰ কৰি দুষ্ট চক্ৰটোৱে বিভিন্ন ব্যৱসায়ী,বিষয়ালৈ ধন বিচাৰি মেচেজ দিছিল।ফোন কৰিব মানা কৰি মেছেজত কথা পাতিব কোৱা হৈছিল।এই সন্দৰ্ভত দিছপুৰ থানাত মন্ত্ৰীগৰাকীয়ে এজাহাৰ দাখিল কৰিছে।