দাপোন – অনন্ত কুমাৰ বৰা

PC-Can Stock Photo

দাপোন

দাপোন দাপোন দাপোন

মনত জাগিছে  অলেখ সপোন ,

লৰালিত আছিল  অলেখ সপোন

পূৰ্ণ নহ’ল কলেজৰ সপোন ।

সপোন  সপোন অলেখ সপোন

পূৰ্ণ নহ’ল   চাকৰিৰ দাপোন,

চাকৰি তেজিলো মনক বান্ধিলো

কৃষিত কৰিলো মন,

এনেয় থাকি বেয়া লাগিলে

কলমত কৰিলো পৰ্ণ।

 অনন্ত কুমাৰ বৰা

মিছামৰা ,গোলাঘাট