দশম-একাদশ শ্ৰেণীৰ পাঠদান ছেপ্টেম্বৰত আৰম্ভঃ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু

pc Twitter

দশম-একাদশ শ্ৰেণীৰ পাঠদান ছেপ্টেম্বৰত আৰম্ভঃ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু

অনলাইন বাৰ্ত্তাসেৱা – চলিত মাহৰ পৰাই দশম আৰু একাদশ শ্রেণীৰো পাঠদান আৰম্ভ হ’ব বুলি প্ৰকাশ কৰিছে ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। শিক্ষানুষ্ঠান সমূহত উচ্চতৰ মাধ্যমিক, স্নাতক-স্নাতকোত্তৰ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হোৱাৰ পিছত এই কথা প্ৰকাশ কৰা হৈছে। পৰৱৰ্তী কেবিনেটত এই বিষয়টোৰ ওপৰত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে মন্ত্ৰী ডাঃ পেগুৱে।

(UD.)