তৃণমূল কংগ্ৰেছত ভৱানী কলিতাৰ যোগদান

তৃণমূল কংগ্ৰেছত ভৱানী কলিতাৰ যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা– অসম তৃণমূল কংগ্ৰেছ দলৰ খানাপাৰাস্থিত মুখ্যকাৰ্যালয়ত সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে কংগ্ৰেছ দলৰ মুখপাত্ৰ তথা সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যিক সম্পাদক ভৱানী কলিতাই |