তাপসী পান্নু অভিনীত ‘Shabaash Mithu’ ১৫ জুলাইত মুক্তি 

PC-News18

তাপসী পান্নু অভিনীত ‘Shabaash Mithu’ ১৫ জুলাইত মুক্তি

তাপসী পান্নুয়ে ইনষ্টাগ্ৰামত তেওঁৰ আহিবলগীয়া ছবি ‘Shabaash Mithu’ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰে । শ্ৰীজিৎ মুখাৰ্জীৰ দ্বাৰা পৰিচালিত ছবিখন ১৫ জুলাইত মুক্তি পাব। ছবিখনত ভাৰতীয় ক্ৰিকেটাৰ মিতালী ৰাজৰ চৰিত্ৰটোত  অভিনয় কৰা তাপসীয়ে লিখিছিল, “সপোন থকা ছোৱালী আৰু ইয়াক উপলব্ধি কৰাৰ পৰিকল্পনাতকৈ অধিক শক্তিশালী একো নাই!”