ড° বি.আৰ. আম্বেদকাৰ তেখেতৰ পৰা শিকিবলগীয়া ৫ টা কথা- সংযুক্তা দত্ত

pc- Wikipedia

ড° বি.আৰ. আম্বেদকাৰ তেখেতৰ পৰা শিকিবলগীয়া ৫ টা কথা 

সংযুক্তা দত্ত

১) শিকিবলৈ ইচ্ছা কৰা ।

২) জীৱনটোত আত্মবিশ্বাস থাকিব লাগে।

৩) জীৱনটোত কেৱল নিজৰ কথাই চিন্তা নকৰিব সমাজৰ কথাও চিন্তা কৰিব ।

৪) জীৱনটো দীঘলীয়া হ’ব নালাগে মহান হ’ব লাগে।

৫) জীৱনত লক্ষ্য থাকিব লাগে।
আমি যিমান বি.আৰ. আম্বেদকাৰৰ ছবি দেখিছো তাত তেখেতে নীলা ৰংঙৰ কোট পিন্ধি আছে। নীলা ৰং তেখেতৰ প্ৰিয় । কাৰণ আকাশৰ ৰং নীলা আৰু আকাশ খন সকলোৰে বাবে সমান হয়। সেইবাবেই নীলা ৰং টো প্ৰিয় আছিল। সংযুক্তা দত্ত