টিভি অভিনেত্ৰী মাধৱী গোগেটৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- টিভি অভিনেত্ৰী মাধৱী গোগেটৰ ২১নৱেম্বৰত মৃত্যু হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স ৫৮ বছৰ আছিল। কৰোনাভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত তেখেতক মুম্বাইৰ ছেভেন হিলচ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।মাধৱীয়ে ‘কহিন তো হোগা’, ‘আইছা কভি চোচা না থা’, আৰু ‘কোই আপনা চা’ৰ দৰে অনুষ্ঠানতো অভিনয় কৰিছিল।