জুনিয়ৰ মহিলা হকী বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত কোৰিয়াক ৩-০ গ’লত পৰাস্ত ভাৰতৰ

pc the indian Express

জুনিয়ৰ মহিলা হকী বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত কোৰিয়াক ৩-০ গ’লত পৰাস্ত ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  জুনিয়ৰ মহিলা হকী বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেল খেলখনত ভাৰতে কোৰিয়াক ৩-০ গ’লত পৰাস্ত কৰে। ভাৰতৰ হৈ লালৰিন্দিকী, মমতাজ খান আৰু সঙ্গীতা কুমাৰীয়ে গ’লটো কৰে। মুমতাজক ‘খেলৰ খেলুৱৈ’ হিচাপে বিবেচিত কৰা হৈছিল। দেওবাৰে ছেমি ফাইনেলত ভাৰতে এতিয়া নেডাৰলেণ্ডৰ মুখামুখি হ’ব।