জুডোত ৰূপৰ পদক লাভ ২৩ বছৰীয়া তুলিকা মানৰ

Pc Scroll.in

জুডোত ৰূপৰ পদক লাভ ২৩ বছৰীয়া তুলিকা মানৰ

ৰঙিলী বাৰ্ত্তাসেৱা- জুডোকা তুলিকা মানে কমনৱেলথ গেমছত জুডোত ৰূপৰ পদক অৰ্জন কৰে। মহিলাৰ ৭৮ কেজি শাখাৰ ফাইনেলত ২৩ বছৰীয়া তুলিকা মানে স্কটলেণ্ডৰ ছাৰাহ এডলিংটনৰ হাতত পৰাজিত হয়। ভাৰতে এতিয়ালৈকে কমনৱেলথ গেমছ ২০২২ত জুডোত তিনিটা পদক লাভ কৰিছে।  যাৰ ভিতৰত আছে এটা ব্ৰঞ্জ আৰু দুটা ৰূপৰ পদক।