জাতীয় মহিলা পৰিষদে সমস্য সন্দৰ্ভত স্মাৰকপত্ৰ প্ৰদান মুখ্যমন্ত্ৰীক
ৰঙিলী বাৰ্ত্তাসেৱা- অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ চাৰী গৰাকী মহিলা ক্ৰমে সভানেত্ৰী ৰেনু দেউৰী, সহ-সম্পাদিকা লক্ষীপ্ৰভা চক্ৰৱৰ্তী , ৰাজ্যিক সভানেত্ৰী বিনিতা কুমাৰী আৰু কেন্দ্ৰীয় কমিটীৰ সদস্যা ৰিনা বৰুৱা কলিতা,কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্য্যালয়ত উপস্থিত হৈ আজি চৰকাৰী চিকিৎসালয়ৰ বিভিন্ন পৰীক্ষা নিৰীক্ষা মাচুল বৃদ্ধিৰ লগতে দৈনন্দিন ব্যৱহাৰ্য্য নিত্য আৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ সন্দৰ্ভত এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷