জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকৰ ২০১৭ ৰ সন্ত্ৰাসবাদী গোচৰত দোষ স্বীকাৰ

pc Hindustan times

জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকৰ ২০১৭ ৰ সন্ত্ৰাসবাদী গোচৰত দোষ স্বীকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকে দিল্লীৰ এখন আদালতৰ সন্মুখত কঠোৰ বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ)ৰ অধীনত থকা সকলো অভিযোগৰ বাবে দোষ স্বীকাৰ কৰে। গোচৰটো ২০১৭ চনত কাশ্মীৰ উপত্যকাত কথিত সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদী কাৰ্যকলাপৰ সৈতে সম্পৰ্কিত।আদালতে ১৯ মে’ত বিষয়টোৰ শুনানি ল’ব আৰু মালিকৰ বাবে শাস্তিৰ পৰিমাণ নিৰ্ণয় কৰিব।