অনলাইন বার্তাসেৱা- চিবিএছই-য়ে ২০২১-২২ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ বাবে বিশেষ মূল্যাংকনৰ যোঁজনাৰ ঘোষণা কৰিছে। ২০২১ বৰ্ষৰ ব’ৰ্ড পৰীক্ষা দুটা ভাগত আয়োজন কৰা হ’ব। ইয়াৰে প্ৰত্যেকটো ভাগতে ৫০ শতাংশ পাঠ্যক্ৰম থাকিব। জানিব পৰা মতে, প্ৰথম ভাগত হ’ব লগা পৰীক্ষাবোৰ নম্বৰ-ডিচেম্বৰত আয়োজন কৰাৰ বিপৰীতে মাৰ্চ-এপ্ৰিল মাহত দ্বিতীয় ভাগৰ পৰীক্ষা আয়োজন কৰা হ’ব। ব’ৰ্ডে দ্বিবিভাজিত পাঠ্যক্ৰমৰ আধাৰতে পৰীক্ষা পাতিব। by UK
চিবিএছইৰ ২০২১-২২ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ বিশেষ মূল্যাংকনৰ যোঁজনাৰ ঘোষণা
