চিএচকে পৰৱৰ্তী তিনিটা আই পি এল ছিজনৰ বাবে এম এছ ধোনীক ৰাখিছে

Pc india updates

চিএচকে পৰৱৰ্তী তিনিটা আই পি এল ছিজনৰ বাবে এম এছ ধোনীক ৰাখিছে

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰতিবেদন অনুসৰি চেন্নাই চুপাৰ কিংছে (চিএছকে) ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ পৰৱৰ্তী তিনিটা  ছিজনৰ বাবে এম এছ ধোনীক ৰাখিছে। ধোনীৰ উপৰিও ফ্ৰেঞ্চাইজিটোৱে অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা আৰু অপেনাৰ ৰুতুৰাজ গায়কৱাড়ক ধৰি ৰাখিছে, প্ৰতিবেদনত লগতে কোৱা হৈছে। চিএছকে-য়ে ইংলেণ্ডৰ অলৰাউণ্ডাৰ মইন আলীৰ সৈতেও আলোচনা কৰি আছে।