ঘৰৰ ওচৰত উদ্ধাৰ হোৱা বিস্ফোৰক ভৰ্তি এখন এছ.ইউ.ভি.ৰ বাবে গুজৰাট ভ্ৰমণ বাতিল নীতা আম্বানীৰ

pc Oneindia

ঘৰৰ ওচৰত উদ্ধাৰ হোৱা বিস্ফোৰক ভৰ্তি এখন এছ.ইউ.ভি.ৰ বাবে গুজৰাট ভ্ৰমণ বাতিল নীতা আম্বানীৰ

অনলাইন বাৰ্ত্তাসেৱা –ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষা নীতা আম্বানীয়ে ফেব্ৰুৱাৰীত তেওঁলোকৰ ঘৰ ‘এণ্টিলিয়া’ৰ ওচৰত এখন বিস্ফোৰক ভৰ্তি এছ.ইউ.ভি. বাহন উদ্ধাৰ হোৱাৰ পিছত গুজৰাটলৈ তেওঁৰ নিৰ্ধাৰিত ভ্ৰমণ বাতিল কৰে, বাসগৃহৰ নিৰাপত্তা মুৰব্বীয়ে কয়। উল্লেখ্য যে ভাবুকি পত্ৰ আৰু জিলেটিন ষ্টিকেৰে ভৰ্তি স্কোৰপিঅʼ বাহনখনৰ আৰত থকা কোনো নিৰ্দিষ্ট ব্যক্তিক আম্বানী পৰিয়ালে সন্দেহত লোৱা নাই।

(UD.)