গোলাঘাট জিলা কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সহকাৰী সম্পাদক, কবি, সাংবাদিক পাৰ্থ প্ৰতীম শইকীয়াৰ মাতৃ কুসুম শইকীয়াৰ বিয়োগ

গোলাঘাট জিলা কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সহকাৰী সম্পাদক, কবি, সাংবাদিক পাৰ্থ প্ৰতীম শইকীয়াৰ মাতৃ কুসুম শইকীয়াৰ বিয়োগ

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  গোলাঘাট জিলা কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সহকাৰী সম্পাদক, কবি, সাংবাদিক পাৰ্থ প্ৰতীম শইকীয়াৰ মাতৃ তথা গোলাঘাট বৃহত্তৰ জামুগুৰি অঞ্চলৰ লক্ষীবাৰী গাঁৱৰ নিবাসী তথা সৰবৰহী ধৰ্মপ্ৰাণা মহিলা কুসুম শইকীয়াৰ যোৱা ৩১ জুলাই দেওবাৰে পৰলোকপ্ৰাপ্তি হয়। তেখেতৰ বিয়োগত বিভিন্ন সংগঠন, সাহিত্য অনুষ্ঠান আদিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ কামনা কৰি শোকসন্তপ্ত পৰিয়ালটিলৈ সমবেদনা জনাইছে।