গুৱাহাটীত সংঘটিত  আন এক লোহমহৰ্ষক হত্যাকাণ্ড

Pc- The Indian Express

গুৱাহাটীত সংঘটিত  আন এক লোহমহৰ্ষক হত্যাকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা-  দীপাৱলিৰ আনন্দৰ মাজতেই পুনৰ গুৱাহাটী মহানগৰত সংঘটিত হৈছে আন এক লোহমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা।মালিগাঁৱৰ বিপুল কমপ্লেক্সৰ চকীদাৰ তৰুণ ডেকাক কাঠৰ বাটামেৰে মৰিয়াই নৃশংসভাৱে হত্যা। জালুকবাৰী থানাৰ পৰা মাথোঁ ১০০ মিটাৰ দূৰৈত সংঘটিত হৈছে এই ঘটনা।চিচি কেমেৰাত বন্দী হৈছে হাতত বাটাম লৈ কমপ্লেক্সত প্ৰৱেশ কৰা এজন লোকৰ দৃশ্য।ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে জালুকবাৰী আৰক্ষী। আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত।