গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে: কংগ্ৰেছ

pc OpIndia

গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে: কংগ্ৰেছ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুজৰাট প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুৰব্বী জগদীশ ঠাকুৰে কয় যে গুজৰাটৰ ভাদগামৰ বিধায়ক জিগনেশ মেৱানীক অসম আৰক্ষীয়ে পালানপুৰ চাৰ্কিট হাউচৰ পৰা গ্ৰেপ্তাৰ কৰে। তেওঁ লগতে কয়, “পুলিচে পুৱা ৪ বজাত আহমেদাবাদৰ পৰা ৰে’লযোগে মেৱানীক অসমলৈ লৈ গৈছিল।” কংগ্ৰেছ নেতা কানহাইয়া কুমাৰে টুইট কৰি কয়, “অসমত তেওঁৰ বিৰুদ্ধে দাখিল কৰা কিছুমান গোচৰৰ বিষয়ে আমাক অৱগত কৰা হৈছে।