কৰিমগঞ্জত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান

Pc-The Sentinel Assam

কৰিমগঞ্জত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা-  কৰিমগঞ্জত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান। অভিযানত জব্দ ৭০ লাখ টকাৰ সন্দেহজনক হেৰ’ইন।৭৬৮ গ্রাম হেৰ’ইনসহ এজনক আটক। ধৃত লোকজন পাথাৰকান্দিৰ লক্ষীপুৰ এলেকাৰ ছিপাৰ উদ্দিন। নিলামবজাৰ আৰক্ষীৰ অভিযানত এই সফলতা। ৫০টা চাবোনৰ বাকচত ভৰাই আনিছিল হেৰ’ইনখিনি।