কোভিড-১৯ত পজিটিভ এছ আৰ এইচৰ পেচাৰ নটৰাজন

pc NDTV Sports

কোভিড-১৯ত পজিটিভ এছ আৰ এইচৰ পেচাৰ নটৰাজন

অনলাইন বাৰ্ত্তাসেৱা- আই পি এল ২০২১ৰ দ্বিতীয় লীগত এছ আৰ এইচৰ ডি চিৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে কৰোৱা কোভিড-১৯ পৰীক্ষাত এছ আৰ এইচৰ পেচাৰ টি নটৰাজন কোভিড পজিটিভ বুলি ধৰা পৰে। ৰাখিছে। নটৰাজনৰ দেহত কোভিডৰ কোনো লক্ষণ দেখা দিয়া নাছিল। নটৰাজনে নিজকে পৃথক কৰি ৰাখিছে। নটৰাজনৰ লগত সংৰ্স্পশত অহা খেলুৱৈ আৰু ষ্টাফৰ অন্য সদস্যসকলক আইছʼলেচনত ৰখা হৈছে।

(RT.)