মহাৰাষ্ট্ৰৰ ভাচাইৰ মাৰ্ডেছ বীচত ৩০,০০০ কিলোগ্ৰাম ওজনৰ ৪০ ফুট দীঘল তিমিৰ মৃতদেহ

pc NDTV

মহাৰাষ্ট্ৰৰ ভাচাইৰ মাৰ্ডেছ বীচত ৩০,০০০ কিলোগ্ৰাম ওজনৰ ৪০ ফুট দীঘল তিমিৰ মৃতদেহ

অনলাইন বাৰ্ত্তাসেৱা- মহাৰাষ্ট্ৰৰ ভাচাইৰ মাৰ্ডেছ বীচত আৰৱ সাগৰৰ পৰা তীৰত উটি অহা ৩০ টন (৩০,০০০ কিলোগ্ৰাম)তকৈ ওজনৰ এটা ৪০ ফুট দীঘল তিমিৰ মৃতদেহ উদ্ধাৰ।ইয়াৰ প্ৰজাতিৰ বিষয়ে জানিবলৈ বিষয়াসকল গৈছিল যদিও তিমিটো ইতিমধ্যে অত্যাধিক পচি গৈছিল যাৰ বাবে তেওঁলোকে তেনে কৰিবলৈ ব্যৰ্থ হয়।

(RT.)