ভাৰতীয় ২টা সমুদ্ৰ তীৰৰ আন্তৰ্জাতিক নীলা পতাকাৰ প্ৰমাণপত্ৰ লাভ

pc Times of India

ভাৰতীয় ২টা সমুদ্ৰ তীৰৰ আন্তৰ্জাতিক নীলা পতাকাৰ প্ৰমাণপত্ৰ লাভ

অনলাইন বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে টুইটাৰযোগে ঘোষণা কৰে যে আৰু দুটা ভাৰতীয় সমুদ্ৰ তীৰ কোভালম (তামিলনাডু) আৰু ইডেন (পুডুচেৰী) য়ে আন্তৰ্জাতিক নীলা পতাকাৰ প্ৰমাণপত্ৰ লাভ কৰিছে। তেওঁ দুয়োটা সমুদ্ৰ তীৰৰ ফটো শ্বেয়াৰ কৰিছিল আৰু কৈছিল যে ভাৰতত এতিয়া মুঠ ১০ টা আন্তৰ্জাতিক নীলা পতাকাৰ সমুদ্ৰতীৰ আছে। আঠটা ভাৰতীয় সমুদ্ৰ তীৰে যোৱা বছৰ প্ৰমাণপত্ৰ লাভ কৰিছিল।

(RT.)