কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যসভালৈ নিৰ্বাচিত

pc Facebook

কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যসভালৈ নিৰ্বাচিত

অনলাইন বাৰ্ত্তাসেৱা মাননীয় কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কোনো প্ৰতিদ্বন্দিতা অবিহনে ৰাজ্যসভালৈ নিৰ্বাচিত হয়। তেখেতক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। আজি অসম বিধান সভাত উচ্চ সদনলৈ নিৰ্বাচনৰ প্ৰমাণপত্ৰ লাভ কৰাৰ বাবে তেওঁৰ সৈতে যোগদান কৰি মুখ্যমন্ত্ৰী শৰ্মাদেৱ যথেষ্ট আনন্দিত বুলি উল্লেখ কৰে।