কাৰাগাৰত থকা গেংষ্টাৰ লৰেন্স বিষ্ণোই চলমান খানলৈ ভাবুকি পত্ৰ জাৰি কৰিছে: মুম্বাই আৰক্ষী

Pc-koimoi

কাৰাগাৰত থকা গেংষ্টাৰ লৰেন্স বিষ্ণোই চলমান খানলৈ ভাবুকি পত্ৰ জাৰি কৰিছে: মুম্বাই আৰক্ষী

ৰঙিলী বাৰ্ত্তাসেৱা-  মুম্বাই আৰক্ষীয়ে কৈছে যে কাৰাগাৰত থকা গেংষ্টাৰ লৰেন্স বিষ্ণোই চলমান খান আৰু তেওঁৰ দেউতাক চালিম খানলৈ ভাবুকি পত্ৰ জাৰি কৰিছিল। তেওঁৰ দলটোৰ তিনিজন লোক ৰাজস্থানৰ জালোৰৰ পৰা মুম্বাইলৈ পত্ৰখন  দিবলৈ আহিছিল আৰু অভিযুক্ত সৌৰভ মহাকালক লগ কৰিছিল,”আৰক্ষীয়ে কয়।