কাশ্মীৰত ২ জন সন্ত্ৰাসবাদী নিহত

pc hindustan Times

কাশ্মীৰত ২ জন সন্ত্ৰাসবাদী নিহত

ৰঙিলী বাৰ্ত্তাসেৱা-  জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ অৱন্তীপোৰা অঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হৈছে। নিহত সন্ত্ৰাসবাদীসকলক ট্ৰালৰ শ্বাহিদ ৰাথাৰ আৰু শ্বপিয়ানৰ উমাৰ ইউচুফ বুলি চিনাক্ত কৰা হৈছে, আৰক্ষীয়ে জনায়। শ্বাহিদ এগৰাকী মহিলা আৰু এগৰাকী চৰকাৰী কৰ্মচাৰীকে ধৰি দুটা অসামৰিক হত্যাকাণ্ডত জড়িত আছিল, আৰক্ষীয়ে লগতে কয়।