কানাডাত নিহত ছাত্ৰৰ মৃতদেহ কাইলৈ ভাৰতলৈ অনা হ’ব

pc NDTV.com

কানাডাত নিহত ছাত্ৰৰ মৃতদেহ কাইলৈ ভাৰতলৈ অনা হ’ব

ৰঙিলী বাৰ্ত্তাসেৱা-  কানাডাত গুলীয়াই হত্যা কৰা ২১ বছৰীয়া কাৰ্তিক বাসুদেৱৰ মৃতদেহ শনিবাৰে দিল্লীলৈ অনা হ’ব বুলি তেওঁৰ পিতৃ হিতেশ বাসুদেৱে কয়। “টৰণ্টো আৰক্ষীয়ে কৈছে যে অভিযুক্তজনক আদালতত হাজিৰ কৰোৱা হৈছে আৰু এজন উকীল নিয়োগ কৰিবলৈ কোৱা হৈছে যাৰ বাবে পৰৱৰ্তী শুনানি ২০ এপ্ৰিলত হ’ব,” তেওঁৰ দেউতাকে লগতে কয়।