কংগনা ৰাণাৱত, আদনান চামী লৈ পদ্মশ্ৰী বঁটা প্ৰদান

Pc- Hindustan Times

কংগনা ৰাণাৱত, আদনান চামী লৈ পদ্মশ্ৰী বঁটা প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  অভিনেত্ৰী কংগনা ৰাণাৱত আৰু গায়ক আদনান চামীক পদ্মশ্ৰী বঁটা প্ৰদান কৰে।ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই বঁটা প্ৰদান কৰে কংগনাক চিনেমালৈ তেওঁৰ অৱদানৰ বাবে সন্মানিত কৰা হৈছিল আনহাতে আদনান চামীক সংগীতৰ ক্ষেত্ৰত তেওঁৰ উৎকৃষ্ট কামৰ বাবে সম্বৰ্ধনা জনোৱা হৈছিল।