উৰিষ্যাত প্ৰায়  ১৩ লাখ লোকৰ কোভিড-১৯ ৰ দ্বিতীয় পালি ভেকছিন বাদ পৰিল

pc The New Indian Express

উৰিষ্যাত প্ৰায়  ১৩ লাখ লোকৰ কোভিড-১৯ দ্বিতীয় পালি ভেকছিন বাদ পৰিল

অনলাইন বাৰ্ত্তাসেৱা – উৰিষ্যাত প্ৰায় ১৩ লাখ লোকে তেওঁলোকৰ দ্বিতীয় কোভিড-১৯ ভেকছিনৰ পালি হেৰুৱাইছে। দুটা পালিৰ মাজত সৰ্বাধিক সময়ৰ ব্যৱধান উকলি যোৱা স্বত্বেও ৰাজ্যখনৰ টিকাকৰণ কৰা হোৱা নাছিল বুলি প্ৰকাশ কৰে ভাৰপ্ৰাপ্ত ডাঃ বিজয় পানীগ্ৰাহীয়ে। কিছুমান লোকে প্ৰথম পালি গ্ৰহণ কৰাৰ পিছত স্বইচ্ছাই গ্ৰহণ কৰা নাছিল দ্বিতীয় পালি অৱশ্য আন কিছুমানে ভেকছিনৰ অভাৱৰ বাবে ইয়াক হেৰুৱাইছিল।  ডাঃ পানীগ্ৰাহীয়ে লগতে কয় যে ভেকছিনটোৰ কাৰ্যকাৰীতা ছয় মাহৰ বাবে থাকিব।

(UD.)