উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলক অভিনন্দন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Pc The Janambhumi

উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলক অভিনন্দন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা–  উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ মুখ্যমন্ত্ৰীয়ে কয়, ‘‘সকলো পৰীক্ষাৰ্থীকে অভিনন্দন। তেওঁলোকে ভৱিষ্যত গঢ় দিয়াত সদায় যত্নপৰ হৈ থাকক। সদায় চৰকাৰী বিদ্যালয়তকৈ বে চৰকাৰী বিদ্যালয়ৰ ফলাফল ভাল হ’বই। কাৰণ তেওঁলোকৰ শিক্ষাৰ্থী কম। ব্যক্তিগত বিদ্যালয়ৰ লগত আমাৰ তুলনা কৰি লাভ নাই। তেওঁলোকৰ এটা নিজস্ব ধাৰা আছে। দিল্লী, মু্ম্বাই সকলোতে ব্যক্তিগত বিদ্যালয়ৰ ফলাফল ভাল হয়। কিন্তু আমি সংখ্যাটো চাওঁ।’’