ইউক্ৰেইনৰ বাবে ১.৪৯ বিলিয়ন ডলাৰ অনুমোদন বিশ্ব বেংকৰ 

pc The Indian express

ইউক্ৰেইনৰ বাবে ১.৪৯ বিলিয়ন ডলাৰ অনুমোদন বিশ্ব বেংকৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব বেংকৰ কাৰ্যবাহী পৰিষদে ৰাছিয়াৰ সৈতে চলি থকা যুদ্ধৰ মাজতে ইউক্ৰেইনৰ বাবে ১.৪৯ বিলিয়ন ডলাৰৰ অতিৰিক্ত পুঁজি অনুমোদন জনাইছে। ইয়াৰ সৈতে, ইউক্ৰেইনক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়া মুঠ আৰ্থিক সাহায্য 4বিলিয়ন ডলাৰৰ ওপৰলৈ অতিক্ৰম কৰে। শেহতীয়া পুঁজিটো ব্ৰিটেইন, নেডাৰলেণ্ড, লিথুৱানিয়া, লাটভিয়া আৰু ইটালীকে ধৰি দেশবোৰে সমৰ্থন কৰিছিল।