আমিৰ, কৰীণাৰ ‘লাল সিং চাড্ডা’ ২০২২ৰ ব’হাগত মুক্তি

Pc the Finalcial Express

আমিৰ, কৰীণাৰ ‘লাল সিং চাড্ডা’ ২০২২ৰ ব’হাগত মুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা- আমিৰ খান আৰু কৰীণা কাপুৰ অভিনীত ‘লাল সিং চাড্ডা’ৰ নিৰ্মাতাসকলে ছবিখনৰ নতুন মুক্তিৰ তাৰিখ ঘোষণা কৰিছিল। ২০২২ চনৰ ১৪ ফেব্ৰুৱাৰীত মুক্তি পাবলগীয়া অদ্বৈত চন্দন পৰিচালিত ছবিখন এতিয়া ১৪ এপ্ৰিলত বৈশাখী উপলক্ষে ছবিগৃহত মুক্তি হ’ব। নিৰ্মাতাসকলে ‘লাল সিং চাড্ডা’ৰ এখন নতুন পোষ্টাৰও শ্বেয়াৰ কৰিছিল।