আমাৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে: শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী

Pc Business Today

আমাৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে: শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহে কয়, “কেৱল ইন্ধন, গেছ, বিদ্যুৎ আৰু খাদ্যৰ অভাৱৰ বাহিৰেও দেশখনে অধিক গুৰুতৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। আমাৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে।” তেওঁ লগতে কয় যে শ্ৰীলংকাই ইয়াৰ পেট্ৰ’লিয়াম নিগমৰ দ্বাৰা পৰিশোধ কৰা প্ৰচুৰ ঋণৰ বাবে আমদানি কৃত ইন্ধন ক্ৰয় কৰিবলৈ অক্ষম।