আবেৰ মৃত্যুৰ পিছত জাপানৰ শাসকীয় দলৰ উচ্চ সদনৰ নিৰ্বাচনত জয়লাভ 

Pc The Indian Express

আবেৰ মৃত্যুৰ পিছত জাপানৰ শাসকীয় দলৰ উচ্চ সদনৰ নিৰ্বাচনত জয়লাভ 

ৰঙিলী বাৰ্ত্তাসেৱা-  জাপানৰ শাসকীয় দল লিবাৰেল ডেমক্ৰেটিক পাৰ্টি (এলডিপি)য়ে ইয়াৰ মিত্ৰজোঁটৰ অংশীদাৰৰ সৈতে উচ্চ সদনৰ নিৰ্বাচনত প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজ’ আবেৰ মৃত্যুৰ কেইদিনমান পিছত জয় লাভ কৰে। এলডিপি আৰু ইয়াৰ মিত্ৰজোঁটৰ অংশীদাৰৰ এতিয়া মুঠ ২৪৮ ৰ ভিতৰত ১৪৬ খন আসনৰ অংশ আছে। দেশৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাই এই বিজয়ক আদৰণি জনাইছে।