আফগানিস্তানত নিহত সাংবাদিক ডেনিছ চিদ্দিকীক পুলিৎজাৰ বঁটা প্ৰদান

pc India Today

আফগানিস্তানত নিহত সাংবাদিক ডেনিছ চিদ্দিকীক পুলিৎজাৰ বঁটা প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-   যোৱা বছৰ আফগানিস্তানত যুদ্ধ কভাৰ কৰাৰ সময়ত নিহত হোৱা ভাৰতীয় ফটো সাংবাদিক ডেনিছ চিদ্দিকীক ভাৰতত কোভিড-১৯ৰ কভাৰেজৰ বাবে আদনান আবিদি, চান্না ইৰশাদ মাট্টু আৰু অমিত ডেভৰ সৈতে মৰণোত্তৰভাৱে পুলিৎজাৰ বঁটা প্ৰদান কৰা হৈছে। ২০১৮ চনত, চিদ্দিকীক ৰোহিংগিয়া সংকটৰ কভাৰেজৰ বাবে পুলিৎজাৰ বঁটা প্ৰদান কৰা হৈছিল।