অনলাইন বাৰ্ত্তাসেৱা- পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলো জোকাৰি গ’ল ভূমিকম্পই। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য আছিল ৫.২ এই ভুমিকম্পই জোকাৰি গল অসমৰ লগতে বাংলাদেশত। এই ভুমিকম্পৰ কেন্দ্ৰস্থল গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পৰা ৯ কিঃমি দক্ষিণ পশ্চিমত। by utpal kalita
আজি পুনৰ পুৱাই ৰাজ্যত ৫.২ প্ৰাৱল্য ভূমিকম্পৰ জোকাৰণি
