আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||
আজি পুহ মাহৰ ১২ তাৰিখ মংগলবাৰ , ইংৰাজী ২৮ ডিচেম্বৰ |
কৃষ্ণা পক্ষ , নৱমী তিথি, ৰাতি ৬/৯/৫৯ মি. পৰা দশমী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১৩/৫৬ মি.
সূৰ্য্যোস্থয় = ৪/৩৬/৪২ মি.
জন্মতঃ= কন্যা ৰাশি (প, ঠ, ষ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ, দেৱাৰী গন, বাঘৰ অস্থি. ||
আদ্যঋতু হলে ঃ= বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, ৰাজ হাহঁ এজোৰ দান, অধিপতি গ্ৰহ – ৰবি ||
ভক্ষ্যাভক্ষ্যঃ= লাউ খোৱা নিষেধ , ৰাতি কলমৌ খোৱা নিষেধ ||
আজিৰ ৰাশিফলঃ =
মেষ = অযথা ব্যয়ৰ সন্মুখীন হব |
বৃষ = বন্ধুৰ লগত বিশ্চেদ ঘটিব পাৰে |
মিথুন = যশস্যা লাভ কৰিব পাৰিব |
কৰ্কট = কাৰোবাৰ পৰা প্ৰতাৰিত হব পাৰে |
সিংহ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কন্যা = অধিক ব্যয়ে মনত কষ্ট দিব |
তুলা = কৰ্মত বিজয়ী হব পাৰিব |
বৃশ্চিক = সমস্যাৰ সমাধান ঘটিব |
ধনু = ধনৰ আগমন বৃদ্ধি হব |
মকৰ = কৃতকাৰ্যতা লাভ কৰিব |
কুম্ভ = কৰ্মত জটিলতা দেখা যায় |
মীন = মানসিক অশান্তিত ভুগিব লগা হব পাৰে |