আজিৰ ৰাশিফল

Pc Disha News India

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আঘোণ মাহৰ ২৩ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ১০ ডিচেম্বৰ |
শুক্ল পক্ষ, সপ্তমী তিথি ||
* *
সূৰ্য্যোদয় = ৬/৪/৪৭ মি.
সূৰ্য্যোস্থয় = ৪/২৮/৫৪ মি.

জন্মতঃ= কুম্ভ ৰাশি (গ, স, শ), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, অগ্নি যোগ, দেৱাৰী গন, মনুষ্য অস্থি ||

আদ্যঋতু হলে ঃ= দূৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ অভাৱে জীয়া মাছ দান, অধিপতি গ্ৰহ – মংগল || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= তাল খোৱা নিষেধ, ৰাতি নাৰিকল আৰু আমিষ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = বিবাদ নিষ্পত্তি কৰিব পাৰিব |
বৃষ = সন্মান বৃদ্ধি হোৱা দেখায় |
মিথুন = মানসিক কষ্ট ভোগ কৰিব |
কৰ্কট = নতুন যোগাযোগ লাভ কৰিব |
সিংহ = জ্যেষ্ঠৰ পৰা দুঃসংবাদ লাভ কৰিব |
কন্যা = আত্মীয় সুখ লাভ কৰিব |
তুলা = পিতৃ – মাতৃৰ বেমাৰ হব পাৰে |
বৃশ্চিক = সম্পদ বৃদ্ধি হব |
ধনু = কৰ্মত জটিলতা আহিব পাৰে |
মকৰ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কুম্ভ = কাৰ্য্য সুখ লাভ কৰিব |
মীন = কৰ্মত সফলতা আহিব |