আজিৰ ৰাশিফল

Pc Disha News India

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আঘোণ মাহৰ ১৭ তাৰিখ শনিবাৰ , ইংৰাজী ৪ ডিচেম্বৰ |
কৃষ্ণ পক্ষ, অমাৱস্যা তিথি দিবা ১/১২/৪৫ মি. পৰা শুক্লা প্ৰতিপদ তিথি ||
* *
সূৰ্য্যোদয় = ৫/৫৯/২৩ মি.
সূৰ্য্যোস্থয় = ৪/২৭/১৫ মি.

জন্মতঃ= বৃশ্চিক ৰাশি (ন, য), বিপ্ৰ বৰ্ন, দেৱ গন, হৰিণাৰ অস্থি ||

আদ্যঋতু হলে ঃ= পতিহিনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা গৰু বা ছাগলী দান, অধিপতি গ্ৰহ – শনি || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= আমিষ খোৱা নিষেধ, দিবা ১/১২/৪৫ পৰা কোমোৰা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
বৃষ = আত্মীয় সুখ লাভ কৰিব |
মিথুন = আনৰ পৰা সহায় লাভ কৰিব |
কৰ্কট = অভিমানত আঘাত লাগিব |
সিংহ = সঞ্চয় বৃদ্ধি হব |
কন্যা = কৰ্মত নতুন যোগাযোগ লাভ কৰিব |
তুলা = সামাজিক যশ বৃদ্ধি হব |
বৃশ্চিক = ৰোগ আৰোগ্য হব |
ধনু = প্ৰাপ্য আদায় পাব |
মকৰ = সমস্যা বৃদ্ধি হব |
কুম্ভ = সাধাৰণ আঘাত পোৱাৰ যোগ আছে |
মীন = শত্রুৰ পৰা সাৱধান হব |