আজিৰ ৰাশিফল

Pc Disha News India

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আঘোণ মাহৰ ১৪ তাৰিখ বুধবাৰ , ইংৰাজী ১ ডিচেম্বৰ |
কৃষ্ণ পক্ষ, দ্বাদশী তিথি ||
* *
সূৰ্য্যোদয় = ৫/৫৭/৪৯ মি.
সূৰ্য্যোস্থয় = ৪/২৭/৫ মি.

জন্মতঃ= কন্যা ৰাশি (প, ঠ, ষ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ, মনুষ্য গন, গৰুৰ অস্থি | পুৱা ৭/৪৫/৫৭ মি. পৰা তুলা ৰাশি (ৰ, ত), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, বৰুণ যোগ ||

আদ্যঋতু হলে ঃ= বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, ৰাজ হাহঁ এজোৰ দান, অধিপতি গ্ৰহ – ৰবি || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= পূৰৈ শাক খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = স্থান পৰিবৰ্তন হোৱাৰ যোগ আছে |
বৃষ = সামাজিক সন্মান লাভ কৰিব |
মিথুন = কাৰ্য্য সিদ্ধি হোৱাৰ সম্ভাৱনা বেছি |
কৰ্কট = প্ৰেমত বিফল হোৱা দেখা যায় |
সিংহ = শুভ সংবাদ লাভ কৰিব |
কন্যা = সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে |
তুলা = পদৱীত উন্নতি লাভ কৰিব |
বৃশ্চিক = অযথা ব্যয় বৃদ্ধি হব |
ধনু = কৰ্মত কাৰোবাৰ পৰা প্ৰতাৰিত হব পাৰে |
মকৰ = এলাহ বৃদ্ধি হোৱা দেখা যায় |
কুম্ভ = গুৰুত্বৰ অভাৱ দেখা যায় |
মীন = কাৰ্য্য সিদ্ধি হোৱাৰ যোগ |